সমললৈ যাওক

চাৰুলতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰুলতা

পোষ্টাৰ
পৰিচালক সত্যজিৎ ৰায়
চিত্ৰনাট্য সত্যজিৎ ৰায়
ভিত্তি নষ্টনীড়
লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰযোজক আৰ ডি বানচাল
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী সুব্ৰত মিত্ৰ
সংগীত পৰিচালক সত্যজিৎ ৰায়
প্ৰযোজনা
কোম্পানী
আৰ ডি বানচাল এণ্ড কোম্পানী
পৰিবেশক এডৱাৰ্ড হেৰিছন (যুক্তৰাষ্ট্ৰ)
মুক্তি
১৭ এপ্ৰিল ১৯৬৪ (1964-04-17)
দৈৰ্ঘ্য
১১৭ মিনিট
দেশ ভাৰত
ভাষা বঙালী

চাৰুলতা (ইংৰাজী: Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।

ছবিখনৰ প্ৰথম আৰু শেষ দুয়োটা দৃশ্যই সমালোচকৰ প্ৰশংসা লাভ কৰিছে। প্ৰায় কোনো সংলাপ নথকা প্ৰথম দৃশ্যটোত চাৰুৰ নিসংগতা দেখুওৱা হৈছে। শেষৰ দৃশ্যটোত যেতিয়া চাৰু আৰু তাইৰ স্বামীয়ে ওচৰ চাপি দুয়ো দুয়োৰ হাত খামুচি ধৰিবলৈ ওলাইছে, তেতিয়াই দৃশ্যটো ফ্ৰিজ হৈ যায়। এই দৃশ্যটোক চলচ্চিত্ৰত ফ্ৰিজ ফ্ৰেমৰ সুন্দৰ ব্যৱহাৰ বুলি বৰ্ণনা কৰা হয়।[1]

  • মাধৱী চেটাৰ্জী (চাৰুলতা)
  • সৌমিত্ৰ চেটাৰ্জী (অমল)
  • শৈলেন মুখাৰ্জী (ভূপতি দত্ত)
  • শ্যামল ঘোষ (উমাপদ)
  • গীতালী ৰায় (মাণ্ডা)
  • ভোলানাথ কোয়াল (ব্ৰজ)
  • সুকু মুখাৰ্জী (নিশিকান্ত)
  • দিলীপ বসু (শশাংক)
  • জয়দেৱ (নীলোৎপল)
  • বংকিম ঘোষ (জগন্নাথ)

বঁটা-বাহন

[সম্পাদনা কৰক]
  • বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা
শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
শ্ৰেষ্ঠ পৰিচালক- সত্যজিৎ ৰায়
শ্ৰেষ্ঠ চিত্ৰনাট্য- সত্যজিৎ ৰায়
শ্ৰেষ্ঠ সংগীত পৰিচালক- সত্যজিৎ ৰায়
শ্ৰেষ্ঠ অভিনেতা- শৈলেন মুখাৰ্জী
শ্ৰেষ্ঠ অভিনেত্ৰী- মাধৱী মুখাৰ্জী
  • ১৯৬৫: বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
শ্ৰেষ্ঠ পৰিচালনাৰ চিলভাৰ বিয়েৰ
OCIC বঁটা

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Ray, Satyajit (2015). Prabandha Sangraha. প্ৰকাশক Kolkata: Ananda Publishers. পৃষ্ঠা. 43–48. ISBN 978-93-5040-553-6. 

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy