সমললৈ যাওক

কোৰাচ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোৰাচ

চিত্ৰগৃহৰ বাবে প্ৰস্তুত কৰা পোষ্টাৰ
পৰিচালক মৃণাল সেন
ৰচনা মোহিত চট্টোপধ্যায়, গোলাম কুদ্দুছ, মৃণাল সেন
প্ৰযোজক মৃণাল সেন প্ৰডাকচনছ্
চিত্ৰগ্ৰহণকাৰী কে কে মহাজন
সংগীত পৰিচালক অন্নদা শংকৰ
মুক্তি
১৯৭৪ (1974)
দেশ ভাৰত
ভাষা বঙালী

কোৰাচ (ইংৰাজী: Chorus ) ১৯৭৪-ত মুক্তি পোৱা মৃণাল সেন পৰিচালিত এখন সমান্তৰাল ধাৰাৰ বঙালী চলচ্চিত্ৰ।[1][2] মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [3] লাভ কৰাৰ উপৰিও ই ৯ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু ৰূপৰ পদক পাইছিল। [4]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • উৎপল দত্ত
  • অসিত বন্দোপধ্যায়
  • শেখৰ চেতাৰ্জী
  • ৰবি ঘোষ
  • দিলীপ ৰায়
  • হাৰাধন বন্দোপধ্যায়
  • অজয় বেনাৰ্জী
  • শুভেন্দু চেতাৰ্জী
  • গীতা সেন
  • ৰসৰাজ চক্ৰৱৰ্তী
  • সুপান্থ ভট্টাচাৰ্যী
২২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৪)
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা (স্বৰ্ণকমল)
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী (ক’লা-বগা)- কে কে মহাজন
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- অন্নদা শংকৰ
বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ বঁটা
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- অসিত বন্দোপধ্যায়

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Chorus (1974) - Review, Star Cast, News, Photos". Cinestaan. Archived from the original on 2020-08-12. https://web.archive.org/web/20200812233423/https://www.cinestaan.com/movies/chorus-34086। আহৰণ কৰা হৈছে: 2022-05-16. 
  2. "Chorus (1974)". Indiancine.ma. https://indiancine.ma/QEL। আহৰণ কৰা হৈছে: 2022-05-16. 
  3. "22nd National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 September 2020. 
  4. "9th Moscow International Film Festival (1975)". MIFF. Archived from the original on 16 January 2013. https://web.archive.org/web/20130116194905/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1975। আহৰণ কৰা হৈছে: 2013-01-05. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy