১৫ মাৰ্চ
অৱয়ব
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৫ |
১৫ মাৰ্চ (ইংৰাজী: 15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
[সম্পাদনা কৰক]- ১৯৩৫ - কাঞ্চি ৰাম, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬৫ - সুনেত্ৰা গুপ্তা, ভাৰতীয় বিজ্ঞানী।
- ১৯৯৩ - আলিয়া ভাট, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ৪৪ খ্ৰীষ্টপূৰ্ৱ - জুলিয়াছ চিজাৰ, ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ।
- ১৯৭৮ - মঘাই ওজা, অসমীয়া ঢোল বাদক।
- ১৯৮৪ - কালিদাস ভট্টাচাৰ্য, ভাৰতীয় দাৰ্শনিক।
- ১৯৯৮ - মালতী চৌধুৰী, ভাৰতীয় সমাজকৰ্মী।
- ২০০৮ - সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব গ্ৰাহক অধিকাৰ দিৱস
- সংবিধান দিৱস (বেলাৰুছ)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|