Content-Length: 125831 | pFad | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%95%27%E0%A6%9C

গ্লুক'জ - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

গ্লুক'জ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্লুক'জ (ইংৰাজী: Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে। এই গ্লুক'জ অণুসমূহ সেউজীয়া উদ্ভিদত সংশ্লেষণ হয় আৰু বেছিভাগ জীৱৰ বাবে এইবোৰ খাদ্য অণু(food molecule) হিচাপে ব্যৱহৃত হয়। গ্লুক'জ অণুবোৰে জীৱদেহত বিভিন্নধৰণৰ কাৰ্য কৰে[1]

গ্লুক’জ টেবলেট

জীৱদেহত গ্লুক'জৰ প্ৰয়োজনীয়তা

[সম্পাদনা কৰক]
  • গ্লুক'জৰ অনুপস্থিতিত মস্তিষ্কৰ কোষসমূহে কাম কৰিব নোৱাৰে[1]
  • গ্লুক'জ অণুৰ শৃংখলে চেলুল'জ গঠন কৰে যি উদ্ভিদদেহৰ মুখ্য উপাদান।
  • গ্লুক'জ হ'ল সালোক সংশ্লেষণৰ উপজাত দ্ৰৱ্য। গ্লুক'জ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত যথাক্ৰমে শ্বেতসাৰ আৰু গ্লাইক'জেনলৈ পৰিৱৰ্তিত হয়।
  • গ্লক'জ হ'ল কোষৰ প্ৰধান শ্বসন বস্তু,যি জাৰিত হৈ শক্তি উৎপন্ন কৰে।
  • দেহৰ স্বাভাৱিক কাৰ্য চলি থাকিবৰ বাবে তেজত গ্লুক'জৰ নিয়মিত পৰিমাণ বজাই ৰখাটো অতি প্ৰয়োজনীয়[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা " লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী।








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%95%27%E0%A6%9C

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy